Aku Nai Dia
Similar songs
Jontrona Bhora Prithibi
Bikash Das04:20
Kam Nii
Mc prince03:53
PRATYAHBAAN
DOL03:24
Nai Kuno
Pritam Sarma02:57
Icon
Minimi,Dfrient03:14
Jaanki
cYm02:51
Kormo
A.Vibe03:13
Triluson
Zin,YOD03:28
Gajaraaj
Minimi03:27
Arai Arai
Shonasri Daimary,Ahir Bhairab04:00
Similar Songs
Jontrona Bhora Prithibi
Bikash Das
Kam Nii
Mc prince
PRATYAHBAAN
DOL
Nai Kuno
Pritam Sarma
Icon
Minimi,Dfrient
Jaanki
cYm
Kormo
A.Vibe
Triluson
Zin,YOD
Gajaraaj
Minimi
Arai Arai
Shonasri Daimary,Ahir Bhairab
About song
Album: Upohar
Genre :Hip Hop
2 Plays
Music: Deep X Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
Owh
একো নাই দিয়া (Yeah, yeah)
মই ৰম তোমাৰ বাবে (তোমাৰ বাবে)
তোমাৰ বাবে
একো নাই দিয়া মই ৰম তোমাৰ বাবে
(Yeah, yeah, yeah)
একো নাই দিয়া তুমি নোপোৱা লৈকে
(Yeah, yeah, yeah)
গোটেই ৰাতিটো মই আছিলোঁ নিশাচৰ হৈয়ে
(Yeah, yeah, yeah)
কৈছিলো তোমাকে পাই গলে call কৰিবলে
(Yeah, yeah, yeah)
মন বেয়া তোমাৰ আৰু হৈ আছে মোৰ
Mood swings (Mood swings)
নিজকে ঢালিদিলোঁ তোমাতেই মোৰ সকলোঁ
Good things (Good things), Good things
এতিয়া বিচাৰিবলেও তোমাক বহু টান
ঠেলিলা দুৰলে মোক কলা মই নহয় ভাল (নহয় ভাল)
পিছে কিয় তোমাৰ জীৱনৰ বেছি সময় মোৰ
জানায় মনত কি চলিছে তথাপিও সোধা মোক (মোক)
মই কম সদায়েই তুমিয়েই
প্ৰতিটোপল, প্ৰতিদিনে
তুমি সপোনত এবাৰ আহাযে
মোৰ কাহিনীৰ নায়িকা তুমিয়েই
একো নাই দিয়া মই ৰম তোমাৰ বাবে
(Yeah, yeah, yeah)
একো নাই দিয়া তুমি নোপোৱা লৈকে
(Yeah, yeah, yeah)
গোটেই ৰাতিটো মই আছিলোঁ নিশাচৰ হৈয়ে
(Yeah, yeah, yeah)
কৈছিলো তোমাকে পাই গলে call কৰিবলে
(Yeah, yeah, yeah)
এটা জনম গুচি গল জানানে (জানানে)
বাকী থাকিল ছটা আৰু এতিয়া (আৰু এতিয়া)
ভালপাও তোমাকেই বহুতেই (বহুতেই)
ছটা জনমত তুমি নাহিলে খং কৰিম (কৰিম)
কৈছিলো তোমাকে মোৰ মণত আছে (আছে)
দিয়া কথাবোৰো মোৰ বাৰু ৰাখিবানে (মোৰ)
কিয় তুমি আগতে কোৱা নাছিলা মোকে
ভালপোৱাই মোক আবৰি ৰাখিলে (ৰাখিলে)
সদায়েই মই চাওঁ তোমাকেই (তোমাকেই)
প্ৰতিতোপল, প্ৰতিসময়তে (সময়তে)
তুমিয়েই নোহোৱাৰ হতাশত মই থাকোঁ বহু নীৰৱতাত (Yeah, yeah)
একো নাই দিয়া মই ৰম তোমাৰ বাবে
(Yeah, yeah, yeah)
একো নাই দিয়া তুমি নোপোৱা লৈকে
(Yeah, yeah, yeah)
গোটেই ৰাতিটো মই আছিলোঁ নিশাচৰ হৈয়ে
(Yeah, yeah, yeah)
কৈছিলো তোমাকে পাই গলে call কৰিবলে
(Yeah, yeah, yeah)